এজন ব্যক্তি মূলত আপোনাৰ গাওঁখন ফুৰিবলৈ আহিছে। আপুনি তেওঁক নিজৰ পৰিচয় কেনেকৈ দিব আৰু আপোনাৰ গাওঁখনৰ বিষয়ে কেনেদৰে ক'ব? প্ৰায় ৩ ৰ পৰা ৪ মিনিটৰ এটা ভিডিঅ' ৰেকৰ্ড কৰক আৰু আপলোড কৰক।


OR

আপুনি এনে এটা সমস্যা বিষয়ে চিন্তা কৰক যিটো আপোনাৰ গাওঁ/সম্প্ৰদায়ত দেখা পাইছে; উদাহৰণ স্বৰূপে - পানীৰ অভাৱ (পানীৰ সমস্যা), ৰাজহুৱা পৰিবহণৰ অভাৱ, আৱৰ্জনা নিষ্কাশন ইত্যাদি। সমস্যাটো উল্লেখ কৰি, এখন পোষ্টাৰ বনাওক আৰু লগতে সমাধানৰ এটা পৰামৰ্শয়ো দিয়ক। পোষ্টাৰখন আপলোড কৰক।